#মিছৱাক(السواك) শব্দটো ساك শব্দৰ পৰা গৃহীত ৷ ইয়াৰ অভিধানিক অৰ্থ হল دلك বা ঘহাঁ , মাজা ইত্যাদি ৷
পৰিভাষাতঃ দাতঁৰ পৰা হালধীয়া ৰং বিশিষ্ট বা এনে ধৰণৰ ময়লা দুৰ কৰাৰ কাৰণে কাঠ বা গছৰ ডাল ব্যৱহাৰ কৰাকে মিছ্ৱাক বুলে ৷
আমি সাধাৰণতে সকলোৱে ৰাতিপুৱা মলম আৰু বজাৰত পোৱা ব্ৰাছেৰ দাত মাজি পৰিস্কাৰ কৰো৷ কেতিয়াবা বহু কেইবাৰ ব্ৰাছ কৰিলেও দাতৰ গুৰিৰ মেলানিনৰ দাত কিছুমান নাযায়৷ কিয়নো দাতত থকা কলা দাগবোৰে ব্ৰাছৰ লগত ঘৰ্ষণত সংপৃক্ত নহয়৷ ইয়াৰ বিপৰীতে গছৰ দালেৰে এই সংপৃক্ত হয় ঘৰ্ষণ ফলত গুৰিৰ দাগ কিছুমান সহজে পৰিস্কাৰ হয়৷
Unani আৰু Ayurveda ত মিচৱাক ব্যৱহাৰত বিশেষ গুৰুত্ব দিয়া হৈছে কিয়নো মিছৱাক কৰিলে দাতৰ আলু উখহা বন্ধ হয় ৷ ইয়াত থকা ৰসে দাতৰ আলুৰ বেক্টেৰিয়া নাশ কৰে ৷
মুখৰ দুৰ্গন্ধ দুৰি কৰে ৷মুখৰ জাৰি কাটে ৷ সেয়েহে আমি মলম আৰু ব্ৰাছ ব্যৱহাৰ কৰাৰ উপৰিও মিছৱাক ব্যৱহাৰ কৰা উচিত ৷
নিম গছৰ ঠাৰি , বাবুল গছৰ দাল , বাহ , খৈৰা আদি গছৰ দালেৰে উত্তম মিছৱাক তৈয়াৰ কৰিব পাৰি ৷

Nice
ReplyDeleteWonderful
ReplyDelete